Tumar Xarothi
Similar songs
Rap Ghati
Ayushman Sinha,6ixty 0102:30
Xorotor Xuworoni
Arghadeep Barua04:51
Anurag Tumar Babe
Dikshu Sarma02:41
03:40
Ke''Molo
Bio Pegu,Nisha Ome05:20
Batorua Botahe
Kashmiri Pathak,Anubhav Dutta04:52
Maghor Urukar
Amar Sivam,ByztTheBot,Rajasmita04:25
04:43
Kasioli Rod
Khyonmayuri Dehingia,Zubeen Garg04:16
02:58
Similar Songs
Rap Ghati
Ayushman Sinha,6ixty 01
Xorotor Xuworoni
Arghadeep Barua
Anurag Tumar Babe
Dikshu Sarma
Dur
Abhinav Bordoloi
Ke''Molo
Bio Pegu,Nisha Ome
Batorua Botahe
Kashmiri Pathak,Anubhav Dutta
Maghor Urukar
Amar Sivam,ByztTheBot,Rajasmita
A Mini
Jantu Chetia,Monjyotsna Chetia
Kasioli Rod
Khyonmayuri Dehingia,Zubeen Garg
Oi Jaan
Bhaskar Surath,Shubham Basistha
About song
Genre :Romantic
68 Plays
Music Director: Jyotirmoy Sharma
Tune: Jyotirmoy Sharma
Lyricist: Jyotirmoy Sharma
Composition: Jyotirmoy Sharma
Copyright © NA
Lyrics
শব্দহীন মোৰ মনত
বাজি উঠে এটি বাঁহীৰ সুৰ
ও…ও…ও…
শব্দহীন মোৰ মনত
বাজি উঠে এটি বাঁহীৰ সুৰ
অনুভৱ হৃদয়ৰ প্ৰবাহিত প্ৰেমৰ সুবাসী সমীৰণ ।
অনুভূতি মোৰ হিয়াৰ
কি দৰে বুজাও আজি
হবলৈ বিচাৰে মন তোমাৰ সাৰথি ।
অনুভূতি মোৰ হিয়াৰ
কি দৰে বুজাও আজি
হবলৈ বিচাৰে মন তোমাৰ সাৰথি ।
শ্ৰাৱণী শ্ৰাৱণী সেমেকা গধূলি
মেঘালী বৰষে হৃদয়ত
বিচাৰে তোমাক অনুৰাগী হিয়া মোৰ
প্ৰতিটো বৃষ্টি টোপালত
প্ৰণয়ৰ সপোন বুকুতে সাজি
কিদৰে বুজাও তোমাকে আজি।
বৰষুণৰ টোপালত…তুমি…
ৰ''দালিৰ পৰশত…তুমি…
ক্লান্ত মোৰ হৃদয়ত
বাজি উঠে এটি বাঁহীৰ সুৰ
অনুভৱ মোৰ মনৰ
প্ৰবাহিত প্ৰেমৰ সুবাসী সমীৰণ ।
অনুভূতি মোৰ হিয়াৰ
কিদৰে বুজাও আজি
হবলৈ বিচাৰে মন তোমাৰ সাৰথি।
অনুভূতি মোৰ হিয়াৰ
কি দৰে বুজাও আজি
হবলৈ বিচাৰে মন তোমাৰ সাৰথি।...
ও…ও…ও…